![]() |
Image Courtesy: Internet |
সংক্ৰামিত মহামাৰীৰ অভিশপ্ত নষ্ট ছায়াত
উশাহবোৰ উজুতি খায়
আমাৰ আত্মসন্মান আছে , তললৈ চাব নোৱাৰো
আধৰুৱা শিক্ষা আছে
আৰু আছে কেতিয়াও পূৰণ হ'ব নোৱাৰা
এসোপা মান কৃষ্ণপক্ষৰ সপোন
আধৰুৱা শিক্ষা আছে
আৰু আছে কেতিয়াও পূৰণ হ'ব নোৱাৰা
এসোপা মান কৃষ্ণপক্ষৰ সপোন
বন্ধকাৰাৰ অন্ধকাৰত বন্দী আমাৰ খোজ
তিতাতকৈও তিতা প্ৰতিখন চোতাল
আদিম দিনৰ নিষ্পেষিত, শোষিত
আমিবোৰ প্ৰতিনিধি মধ্যবিত্তৰ ।
তিতাতকৈও তিতা প্ৰতিখন চোতাল
আদিম দিনৰ নিষ্পেষিত, শোষিত
আমিবোৰ প্ৰতিনিধি মধ্যবিত্তৰ ।
0 comments :
Post a Comment