পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » মাইক্ৰ' কাহিনী ১

মাইক্ৰ' কাহিনী ১

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:20


কালি ভাৰতী মিচে কোৱা কথাখিনিয়ে ধৰিত্ৰীক বাৰুকৈয়ে মোহিত কৰিছে । এইবাৰ পৰিবেশ দিৱসত দিৱসত তাইও গছ পুলি ৰুব । মাকে টিফিনত খাব দিয়া খুচুৰা পইচা কেইটাৰে এটা গছ পুলি কিনি আনিলে । হাতত সৰু খন্তিখন লৈ ইফালে সিফালে চালে , হিয়াধাকুৰি কান্দিলে । শেষত নিশাহৰ সমান গধুৰ দুখ এটাৰে টাবটো সজাই থলে ।
.
.
পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment