পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » গণতন্ত্ৰৰ সাধুকথা

গণতন্ত্ৰৰ সাধুকথা

Written By www.parthapratim.in on Monday, 28 November 2016 | 17:18

Image Courtesy: Internet

মকৰাজালত চুই চাইছো
তিনিটা কুৰিৰ অধিকটা বছৰ
উশাহত ইষ্ট ইণ্ডিয়াৰ মাৰাত্মক বিহ
আমিবোৰ ওপজাৰে স্বাধীন
অথচ কাক দেখুৱাম কামিজৰ বুটাম খুলি
পৰাধীনতা আমাৰ হিম'গ্লবিন ।
.
.
✍✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment