পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » মাইক্ৰ' কাহিনী ২

মাইক্ৰ' কাহিনী ২

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:20


.
.
অৱশেষত সোণৰ ঠুৰিয়াযোৰ আৰু মাটি দুকঠা বন্ধকীত থৈ এখন বাইক কিনি দিলে । যা হওঁক এজনেই ল'ৰা । তাৰ হাঁহিতকৈতো বেলেগ একো বেছি হ'ব নোৱাৰে । তাৰ মৌনতাই বুকুত শেল হৈ বিন্ধে ।
..........
........
নতুন বাইকৰে তাৰ বৰ স্ফূৰ্তি, ক্ৰমশঃ বাইকৰ স্পীড বঢ়াই দিলে , ২০, ৪০ ৬০.... হঠাৎ শূন্য হ'ল । মাকৰ চকুপানী বৰফ হৈ ৰ'ল ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment