পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » মাইক্ৰ' কাহিনী ৩.

মাইক্ৰ' কাহিনী ৩.

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:20


.
আজি কামলৈ আহিবৰ সময়ত মানুহজনীয়ে বৰ আশাৰে মোনাখন তুলি দিছিল হাতত । কালি ৰাতি ভাতসাঁজ খোৱাৰ সময়ত বাবুয়ে যেন চকুলৈ চাই কৈছিল সদায় নিমখ ভাতৰে আমনি লাগিছে দেউতা ...
.
মূৰৰ ওপৰত বেলিটোৱেও বৰ কষ্ট দিছে । তেওঁ ৰিক্সাৰ পৰা নামিলে, ইফালে সিফালে চালে । দুখটোক আন দুখ এটাৰে ৰিক্সাৰ পৰা দলিয়াই দিলে । "অসম বন্ধ সফল কৰক"
SHARE

About www.parthapratim.in

0 comments :

Post a Comment