পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » অবিশ্বাস

অবিশ্বাস

Written By www.parthapratim.in on Sunday, 7 October 2018 | 04:21



বিশ্বাসৰ ৰ'দত পোৰা মোৰ চৌবিশটা বসন্ত
চৌবিশটা বসন্তৰ তজবজীয়া কলিজা
এতিয়া কলা এঙাৰ
বোধ নোহোৱা নিৰ্বোধ বালিকাৰ 
SHARE

About www.parthapratim.in

0 comments :

Post a Comment